এই ব্যৱসায় আজিয়েই আৰাম্ভ কৰক । আজিৰ দিনত সকলোৱে ব্যৱহাৰ কৰে এইবিধ বস্তু ।
দিনক দিনে স্মাৰ্টফোনৰ ব্যৱহাৰ বৃদ্ধি পাইছে। এই উন্নতিৰ সুবিধা লওক আৰু মাত্ৰ কেইটামান টকা খৰচ কৰি এই স্মাৰ্টফোন ব্যৱসায় আৰম্ভ কৰক। এই স্মাৰ্টফোন প্ৰডাক্টটোৰ নিৰ্মাণ খৰচ মাত্ৰ বিশ টকা আৰু আপুনি ইয়াক বজাৰত ১০০ টকাত বিক্ৰী কৰিব পাৰে অৰ্থাৎ আপুনি সহজেই ৮০ টকা লাভ কৰিব পাৰে। কিন্তু এই ক্ষেত্ৰত প্ৰথমে মেচিনটো কিনিবলৈ কিছু মূলধনৰ প্ৰয়োজন। … Read more